নাম কংগনা ৰানাউট !
July 05, 2020
নাম কংগনা ৰানাউট !
মাত্ৰ কেইমিনিত মান ৰ এটা video Clip ! গোটেই বলিউড ৰ Nepotism Star কেইজন ক হিলাই দিলে ! টুইটাৰ ইনষ্টাগ্ৰাম ত এতিয়া তেওঁলোকৰ পোষ্ট ! যিহেতু কংগনাই তেওঁলোকক ইতিমধ্যেই বম্ব তো ফুটাই দিলে !
বলিউড , বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী দৰে ! আপুনি আৰু মই ভবা ৰ দৰে যেন কেতিয়াও নহয় ! এখন কলা অধ্যায় যেন তাত চলি থাকে , আৰু যত অকলে যুঁজি আছে এগৰাকী নাৰী "কংগনা " ! তাইক চেলুত ! আৰু এই যুঁজ খন ত যেন হাৰি গুচি গল "সুশান্ত সিং ৰাজপুত " ! সি যেন সেই সাহস গোটাব নোৱাৰিলে !
সুশান্ত সিং ৰাজপুত য়ে পঢ়া কিতাপ কেইখন মন কৰিছিল নে আপুনি ! বিশ্ব ৰ আগশাৰীৰ লেখকৰ কিতাপ সন্নিবিষ্ট আছিল তেখেতৰ হাতত ! ইঞ্জিনীয়াৰং বাদ দি ভাৰত এটা ভাল এণ্ট্ৰেন্স exam পাছ কৰিছিল ভাৰতবৰ্ষৰ ভিতৰতে সপ্তম স্থানত , কিন্তু তেওঁ ৰ স্থন , তেওঁ ৰ দাম , তেওঁ ৰ জনপ্ৰিয়তা এই মেট্ৰিক ফেইল , Over একটিঙ , Acting কৰিব নজনা বৰুণ , অৰ্জুন কাপোৰ , আলিয়া ভাট , অন্যান্য পাণ্ডে , tiger শ্ৰফ ত কৈ বহুত কম ! যেহেতু Nepotism ! যেহেতু তেওঁলোক Star kids !
কিন্তু কং গনা নহয় ! সুশান্ত নহয় ! তেওঁলোকে স্ত্ৰগোল কৰিছিল !
Chichore " এনেকুৱা এখন ফিল্ম আছিল ,চাইছিলো হোষ্টেল ৰ জীৱন কে ধৰি , মানুহ কেনেকৈ আগবাঢ়ি ব লাগে , যিকোনো প্ৰব্লেম ৰ যেন সমাধান থাকে , এক সুন্দৰ অভিনয় ৰে উন্নত মানদণ্ড এখন ফিল্ম কিন্তু এই ফিল্ম খনেৰে একো Award নাপালে কিন্তু বুৰ্বক অন্যান্য পাণ্ডে বুলি কোৱা জনীয়ে আকৌ ফিল্ম fare award পাই আৰু কিবা কিবি award পাই যিহেতু Nepotism ! তেওঁলোক star kids ! তেওঁলোক Karon Jahor নাম ৰ জহৰা তোৰ শিষ্য সেয়েহে !
আৰু এই কৰন জোহৰ তো উৎপত্তি হৈছে কেনেকৈ ! তাৰ ফেক্টতৰী মাত্ৰ star পোৱালি কেইটাৰ হে উৎপাদন হয় , যাৰ Acting ৰ skill তো নাজানে কিন্তু নাৱাজ , সুশান্ত , আনকি Army ৰ bekground ৰ বাবে হেনো Anuska Sharma কো তেওঁ ফিল্ম ত লোৱা নাছিল কিন্তু Sharma ৰ ভাগ্য ভাল আছিল ,সেইসময়ত shah Ruukh khan ওচৰত আছিল , নহলে Anuska Sharma আজি কৰবাত তেই থাকি গল হেতেন !
কিন্তু উদঙাই দিলে আজি কংগনাই , তাই মাজে মাজে bollywood জগত ৰ এই অধ্যায় বোৰ দাঙি ধৰে , আত্মবিশ্বাস প্ৰৱল তেখেতৰ , ভাল লাগে সেয়েহে , কিন্তু সুশান্ত ৰ যেন অকণমান কম হল , হাৰি গল সি ! Tv চিৰিয়েল ৰ পৰা আহি কম সময় ত জনপ্ৰিয়তা সম্ভৱ বহুত ৰে সম্ভৱ হজমো নহল ! আৰু এই Nepotism ৰ কাৰণে চলমান খানে বিবেক অবৰয় আৰু অচয্য ৰায় ৰ যেন কোৰিয়াৰ যেন শেষ ! কিন্তু অকলে থিয় দিছে তাই " কংগনা " ইয়াৰ বিৰুদ্ধে !
আৰু আমি বোৰো কিবা অন্ধ ভক্ত শেষ ! Bollywood ৰ এই জাহ্নৱী কাপোৰ , , অন্যান্য পাণ্ডে ,চোনাক্ষী, এনেকুৱা এচাম এনেকুৱা typ ভাল পাবলৈ লওঁ সিহঁত যেনিবা ভগৱান হে !
এইবোৰ বাদ দি আব্দুল কালাম ৰ দৰে , ISRo ৰ কৰ্মৰত বিজ্ঞানী ক খুব কমেই চিনি পাওঁ বা Follow নকৰো ! ভুল কিছু ক্ষেত্ৰ ত আমাৰেই , ! সলনি আমিয়েই কৰিব লাগিব ! কাহিনী চাহিনী নাই আৰু এচাম এনেকুৱা আছে Ohh MY GoD Tiger শ্ৰফ ৰ যে Body তো উফ 😐 ঘেন্তা চাল্লা !
আবে সোণৰ বিচনা ত শুই থকা মানুহ সিহঁত প্ৰথম সিহঁতক বাদ দিয়ক , নাৱাজ ভাল পাব শিকক , shah rukh khan (superstar) , ট্ৰেইন ৰ ষ্টেচন ত শোৱা মানুহ সিহঁত , তেওঁলোকক ভাল পাব শিকক !
জুবিন দাই কোৱাৰ দৰেই , ৰাতি টোপনি ক্ষতি কৰি , ৰুটি মাংস খাই মুম্বাই ত স্ত্ৰগোল কৰিব নাই দেই ,তাত কৈ নিজৰ ঠাই ত সিংহ হৈ থাকিম ✊ !
নাৰীয়ে নোৱাৰা কাম কি আছে ! এগৰাকী নাৰী হিচাপে কংগনা ক চেলুত দিছোঁ যিহেতু তাই সমগ্ৰ bollywood খন কে যেন জোকাৰি দিছে , Nepotism ৰ বিপক্ষে যেন থিয় দিছে , বাহিৰে ভিতৰে স্বাৰ্থ আছে নে নাই নাজানো ! কিন্তু জাহ্নৱী ,অন্যান্য , চোনাক্ষী ৰ দৰে একেই মহিলাক বেয়া কৈ কৈছোঁ বেয়া নাপাব , অভিমান , "
নাৰীয়ে কি কৰিব নোৱাৰে !
বাকী সুশান্ত তোমাক মিছ কৰিম 💚
(কাষতে ভন্টীয়ে সেই MS Dhoni ৰ গান এটা কে গুণ গুণ কৰি আছিল , )